Local, Vocal, Global

ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত চিকিৎসাকৰ্মী

  • লখিমপুৰত কৰ’নাত আক্ৰান্ত চিকিৎসাকৰ্মী
  • চিকিৎসাকৰ্মীগৰাকীৰ নাম নৃপেন কাকতি
  • তেলাহী ক’ভিড হস্পিতালত কৰ্মৰত আছিল চিকিৎসাকৰ্মীগৰাকী
  • চিকিৎসালয়খনত লেব’ৰেটৰী টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল কাকতি
  • চিকিৎসাকৰ্মীগৰাকীৰ ঘৰ নাৰায়ণপুৰৰ যমুনাখাতত
  • লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিডকক্ষত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসাকৰ্মীগৰাকীক