ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা By MyNewsNE Desk On Jun 21, 2020 Last updated Jul 19, 2020 Share শনিবাৰে ৰাজ্যত এদিনত সৰ্বাধিক ২৪৯ গৰাকী কৰ’নাত আক্ৰান্ত। এই পৰ্যন্ত অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ৫,২৫৫ গৰাকীলৈ বৃদ্ধি। ৩,২০২ গৰাকী আৰোগ্য, সক্ৰিয় ৰোগীৰ সংখ্যা ২,০৪১ গৰাকী,১২ গৰাকীৰ মৃত্যু। Share FacebookTwitterReddItWhatsAppPinterestEmail