নামনি সোৱণশিৰিত আতংক, খহি পৰিল গাৰ্ডৱাল

- গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত অব্যাহত ভূমিস্খলন।
- ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ খহি পৰিল এখন গাৰ্ডৱাল ৷
- গাৰ্ডৱালৰ ওপৰেদি বৈছে জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী।
- খহিছে প্ৰকল্পটোৰ গাৰ্ড ৱাল।
- ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ নামনি সোৱণশিৰীৰ প্ৰকল্পৰ গাৰ্ড ৱাল খহাৰ ফলত আতংকিত ধেমাজি, লখিমপুৰৰ জনসাধাৰণ।