How much assets did Sonowal accumulate : কিমান সম্পত্তিৰ গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল?
নিউজ ডেস্ক,২৭মাৰ্চ : কিমান সম্পত্তিৰ গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল?
সৰ্বানন্দ সোণোৱালে নিৰ্বাচন আয়োগক দিয়া সম্পত্তিৰ পৰিমাণ(How much assets did Sonowal accumulate?)
সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় SBI ত আছে ৩,২০,০৩৮ টকা।
SBI ৰ অসম সচিবালয় শাখাত জমা আছে ৪০,৯৬,১৩৯ টকা।
SBI ৰ নতুন দিল্লীৰ সংসদ ভৱন শাখাত আছে ৭২,৪৩৯ টকা।
ডিব্ৰুগড় চেণ্ট্ৰেল বেংক শাখাত আছে ২৫,৭৩৭ টকা।
অসম গ্ৰামীণ বিকাশ বেংক মাজুলী গড়মূৰ শাখাত আছে ৪৫,৩৫১ টকা ।
SBI ৰ ডিব্ৰুগড় চৌকীডিঙী শাখাত আছে ২ লাখ টকা।
OIL ৰ ১০,২৪৭ টা শ্বেয়াৰত সোণোৱালে মুঠ বিনিয়োগ কৰিছে ৫৯,৭৪,১৪২ টকা।
জীৱন বীমাকে ধৰি আন কেইবাটাও কোম্পানীত প্ৰায় ৩৭ লাখ টকা বিনিয়োগ ।
সৰ্বানন্দ সোণোৱালৰ ঋণৰ পৰিমাণ ১৬,৭৮,৭০৭ টকা।
লগতে পঢ়ক : Naga Miscreants Firing : নগা দুৰ্বৃত্তৰ গুলীচালনা