কৰ’নাত আক্ৰান্ত শ্বাহিদ আফ্ৰিদী
![](https://mynewsne.com/wp-content/uploads/2020/06/SHAHID-AFRIDI.jpg)
পাকিস্থানৰ বিস্ফোৰক ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীৰ দেহত কভিড-১৯ পজিটিভ | টুইট যোগে এই কথা প্ৰকাশ কৰে পাকিস্থানৰ ক্ৰিকেটাৰ গৰাকীয়ে | চলিত সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা তেঁও অসুস্থতাত ভুগি আছিল | কিন্তু আজি তেঁওৰ কভিড-১৯ পজিটিভ বুলি ফলাফল আহে |
শ্বাহিদ আফ্ৰিদীৰ পূৰ্বে পাকিস্তানৰ আন দুগৰাকী ক্ৰিকেটাৰো কভিড-১৯ ৰ দ্বাৰা আক্ৰান্ত হৈছিল |