বাজিৰাও হ’ব ওলাইছিল ছলমান খান, মুন্নাভাই হ’ব ওলাইছিল শ্বাহৰুখ খান
বাজিৰাও হ’ব ওলাইছিল ছলমান খান, মুন্নাভাই হ’ব ওলাইছিল শ্বাহৰুখ খান
বলীউডত এনে বহু ছবি আছে য’ত আমি তাৰকাৰ অভিনয় দেখি পছন্দ কৰিবলৈ লওঁ তাৰকাগৰাকীক। ছবি বাজিৰাও মষ্টানিত অভিনয় কৰা অভিনেতা ৰণবীৰ সিঙক আমি তেওঁৰ অভিনয় দেখিয়ে আমি পছন্দও কৰিছিল। কিন্তু আপুনি জানেনে বাজিৰাও ছবিখনত ৰণবীৰ সিঙৰ পূৰ্বে ৰণবীৰ সিঙৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল ছলমান খানৰ। কিন্তু ছলমানে ৰিজেক্ট কৰিছিল এই প্ৰপ’জেল। যাৰ পিছত ছবিখনৰ বাবে ছাইন কৰা হৈছিল ৰণবীৰ সিঙক। ঠিক একেদৰে বলীউডৰ এখন ব্লক ব্লাষ্টাৰ হিট ছবি মুন্নাভাই এমবিবিএছত মুন্নাভাইৰ চৰিত্ৰত সঞ্জয় দত্ত নহয়, অভিনয় কৰাৰ কথা আছিল শ্বাহৰুখ খানৰ। কিন্তু শ্বাহৰুখেও ছবিখন ৰিজেক্ট কৰাৰ পিছত সঞ্জয় দত্তক মুন্নাভাইৰ ৰোলটোৰ বাবে চাইন কৰা হৈছিল।