ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২২৩ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩২৩২গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৭২১৯গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৭৩গৰাকী লোকৰ
- দেওৱীৰৰ দিনটোত কোনো ৰোগীৰ মৃত্যু হোৱা নাই