Local, Vocal, Global

তুৰ্কী আৰু গ্ৰীচত প্ৰৱল ভুমিকম্পৰ জোকাৰণি

  • তুৰ্কী আৰু গ্ৰীচৰ সীমান্তত সংঘটিত হৈছে বৃহৎ ভুমিকম্প
  • ৰিখটাৰ স্কেলত ৭.০ প্ৰাৱল্যৰ আছিল ভুমিকম্প
  • বৰ্তমানলৈ পোৱা তথ্য অনুসৰি তুৰ্কীত ২২ জনৰো অধিক নিহত,আৰু ৭০০ জনৰো অধিক আহত হৈছে
  • ভুমিকম্পৰ ফলত ছুনামী উঠিছে গ্ৰীচৰ সাগৰত