Local, Vocal, Global

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ গণসংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৮০ গৰাকী
  • শুক্ৰবাৰে দিনটোত আৰোগ্য লাভ কৰে ১,০৯৪ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৩ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৬ হাজাৰ ০১৫ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ১০,৪২১ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৯৪,৬৬৫ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯২৬ গৰাকী লোকৰ
  • শুক্ৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৫ হাজাৰ ৬৭২ গৰাকীৰ স্বোৱাব পৰীক্ষা