লকডাউনত চাকৰি হেৰুৱাসকলৰ বাবে এক সুখবৰ
- লকডাউনত চাকৰি হেৰোৱাসকলৰ বাবে এক সুখবৰ
- শ্ৰম আয়োগৰ তৰফৰ পৰা দিয়া হৈছে ইংগিত
- সকাহ দিয়া হ’ব অটল বীমিত ব্য়ক্তি কল্য়ান আঁচনিৰ সহায়ত
- ESICত পঞ্জীয়ন হৈ থকা সকলেহে লাভ কৰিব ধন
- লকডাউনত চাকৰি হেৰোৱাসকলে ৫০% দৰমহাৰ বাবে এই আঁচনিৰ সহায়ত আবেদন কৰিব পাৰিব
- যিসকলে পুনৰ যোগদান কৰিছে তেওঁলোকে লাভ কৰিব ৫০% ধন
- ESIC -এ এইক্ষেত্ৰত শীঘ্ৰে জাৰি কৰিব অধিসূচনা