Local, Vocal, Global

আজি তফজ্জুল আলিৰ আজি ওপজা দিন

অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ ,বিশিষ্ট সংগীত পৰিচালক ,নাট্যকাৰ শিল্পী তথা অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক তফজ্জুল আলিৰ আজি ওপজা দিন ৷ এই পবিত্ৰ দিনটোত তেওঁৰ পৱিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিলোঁ ৷ অসমীয়া সাহিত্য-সংস্কৃতিলৈ আলীৰ অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে। তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ লগতে জ্যোতি চিত্ৰবন ফিল্মছ ছ’চাইটীৰো আজীৱন সভ্য আছিল।