দেশৰ প্ৰথম কষ্টিউম ডিজাইনাৰ ভানু আথায়াৰ মৃত্যু
- বৃহস্পতিবাৰে দেশৰ প্ৰথম অস্কাৰ বিজেতা ভানু আথায়াৰ মৃত্যু
- ৯১ বছৰত মৃত্যু কষ্টিউম ডিজাইনাৰ ভানু আথায়াৰ
- ১৯৮২ চনত গান্ধী ছবিখনৰ বাবে অস্কাৰ লাভ কৰিছিল আথায়াই
- গান্ধী ত কষ্টিউম ডিজাইনাৰ দায়িত্বত আছিল ভানু আথায়াৰ
- উক্ত ছবিখনৰ খনৰ জৰিয়তে শ্ৰেষ্ঠ কষ্টিউম ডিজাইনাৰ হিচাপে অস্কাৰ লাভ কৰিছিল
- ১৯২৯ চনৰ ২৮ এপ্ৰিলত কোহলাপুৰাত জন্মলাভ কৰা ভানু আথায়াই চি আই ডি, চিকাৰ,কাগজ কি ফুল, জনী মেৰা নাম,অগ্নিপথ আদি বিভিন্ন ছবিত কাম কৰিছিল।