Local, Vocal, Global

অসমত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৪২৭ গৰাকী
  • বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১০১৩ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৮ হাজাৰ ২১৩ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৩০৭ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৮০ হাজাৰ ০৬৯ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮৩৪ গৰাকী লোকৰ
  • বুধবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১ লাখ ৩৯ হাজাৰ ৮৬৮ লোকৰ স্বোৱাব পৰীক্ষা