Local, Vocal, Global

শীঘ্ৰে বজাৰত মুকলি হ’ব ৭৫ টকাৰ মুদ্ৰা

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব ৭৫ টকাৰ মুদ্ৰা
  • ১৬ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৭৫ টকাৰ মুদ্ৰা।
  • ইয়াৰ পূৰ্বে ১০০ টকাৰ মুদ্ৰাৰ মুকলি কৰাৰ পিছত বজাৰত মুকলি কৰিব ৭৫ টকাৰ মুদ্ৰা
  • খাদ্য আৰু কৃষিসংস্থাৰ ৭৫ তম বাৰ্ষিকী অনুষ্ঠানত মুকলি কৰিব এই মুদ্ৰা
  • খাদ্য আৰু কৃষিসংস্থাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক চিহ্নিত কৰাৰ বাবে স্মাৰক মুদ্ৰা মুকলি কৰিব