Local, Vocal, Global

বিশ্বত বৃদ্ধি পাব দৰিদ্ৰ লোকৰ সংখ্যা

  • কৰ’না ত্ৰাসৰ মাজতে বিপৰ্যস্ত হৈছে অৰ্থনীতি
  • বিশ্ববেংকে প্ৰকাশ কৰিছে এই আশংকা
  • ২০২১ৰ ভিতৰত বৃদ্ধি পাব বিশ্বত দৰিদ্ৰ লোকৰ সংখ্যা
  • এবছৰৰ ভিতৰত নতুনকৈ ১৫ কোটি লোক দৰিদ্ৰ হৈ পৰিব
  • চলিত বৰ্ষতে বিশ্বৰ ১১.৫ কোটি লোক হৈ পৰিব অতিশয় দৰিদ্ৰ
  • ২০ বছৰৰ মূৰত প্ৰথমবাৰ এনে অৱস্থা
  • ভাৰতে বিশ্ববেংকক পৰ্যাপ্ত তথ্য নিদিয়াৰ অভিযোগ বিশ্ববেংকৰ