নিবনুৱাৰ বাবে সুখবৰ! ১ লাখৰো অধিক পদত চাকৰি

◼️ শীঘ্ৰেই অসম ৰাইফলছ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত বৃহৎ নিযুক্তি
◼️ ১ লাখৰো অধিক পদত নিযুক্তি BSF, CRPF, SSB, ITBP, অসম ৰাইফলছত
◼️ ৰাজ্যসভাত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ৰ
◼️ অসম ৰাইফলছত নিযুক্তি দিয়া হ’ব ৭,৩২৮টা পদত
◼️ BSFত ২৮,৯২৬টা, CRPFত ২৬,৫০৬টা পদত নিযুক্তি
◼️ CISFত ২৩,৯০৬টা, SSBত ১৮,৬৪৩টা, ITBPত ৫৭৮৪টা পদত নিযুক্তি