দেশত ৩৬ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা By MyNewsNE Desk On Sep 1, 2020 Share ভাৰতত অভাবনীয় হাৰত বৃদ্ধি কৰ’না আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত দেশত ৩,৬৯১,১৬৬ লোক আক্ৰান্ত, মৃত্যু ৬৫,৪৩৫ গৰাকীৰ বিশ্ব জুৰি আক্ৰান্ত ২৫,৬৩৭,৬৩৫ লোক,মৃতকৰ সংখ্যা ৮৫৪,৭৭২লৈ বৃদ্ধি Share FacebookTwitterReddItWhatsAppPinterestEmail