Local, Vocal, Global

আজিৰে পৰা মুকলি হ’ল দৌলগোৱিন্দ মন্দিৰৰ দুৱাৰ

  • আজিৰে পৰা খোল খাব দৌলগোৱিন্দ মন্দিৰৰ দুৱাৰ
  • পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ দৰ্শন কৰিব পাৰিব মন্দিৰ
  • শৰীৰৰ তাপমাত্ৰা জুখিহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰত
  • ভক্তসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
  • যোৱা দুমাহে বন্ধ আছিল দৌলগোৱিন্দ মন্দিৰৰ দুৱাৰ