দৰঙৰ শ্যামপুৰত নৃশংস হত্যাকাণ্ড

- দৰঙৰ শ্যামপুৰৰ ২ নং মাগুৰমাৰীত নৃশংস হত্যাকাণ্ড
- চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিলে এজনক
- নিহত লোকজনৰ নাম মহম্মদ আলী ওৰফে বিহাৰী (৫৭)
- কোনো অজ্ঞাত লোকে ঘপিয়াই হত্যা কৰে লোকজনক
- নিশা নিজঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই হত্যাকাণ্ড
- লোকজনে মাকৈ বিক্ৰী কৰি নগদ টকা লৈ ঘৰলৈ গৈ আছিল
- সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে