দুলীয়াজানৰ টিপলিং নৈত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ
- দুলীয়াজানৰ টিপলিং নৈত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ
- চিনাক্ত হোৱা নাই মৃত মহিলাগৰাকীৰ পৰিচয়
- দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো টিপলিং নৈত পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ
- মৃতদেহটোত স্পষ্ট হৈ আছে আঘাতৰ চিন
- স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
- এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত