Local, Vocal, Global

লকডাউন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিন্ধান্ত

লকডাউন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিন্ধান্ত। কন্টেইমেইন্ট জ’নৰ বাহিৰত নাথাকিব কোনো লকডাউন। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আনলক সন্দৰ্ভত জাৰি নতুন নিৰ্দেশনা। এই নিৰ্দেশনা অনুযায়ী ৰাজ্য চৰকাৰ আৰু কেন্দীয় শাসিত অঞ্চলত কন্টেইমেন্ট জ’নৰ বাহিৰত কোনো ধৰণৰ স্থানীয় লকডাউন কাৰ্যকৰী কৰিব নোৱাৰে। কিন্তু কন্টেইমেইন্ট জ’নত ৩০ ছেপ্তম্বৰলৈ বাহাল থাকিব কঠোৰ লকডাউন।