Local, Vocal, Global

ক’ৰনাত আক্ৰান্ত অসমৰ প্ৰথমগৰাকী মন্ত্ৰী

  • ক’ৰনাত আক্ৰান্ত অসমৰ প্ৰথমগৰাকী মন্ত্ৰী
  • পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম’ ৰংহাং কভিড পজিটিভ
  • গুৱাহাটীৰ ব্যক্তিগত হাস্পতালৰ ICU ভৰ্তি মন্ত্ৰীগৰাকী
  • বৰ্তমানলৈ ৰাজ্যত এজন মন্ত্ৰী, ২০ গৰাকী বিধায়ক, দুজন সাংসদসহ ২৬ জন ৰাজনৈতিক নেতা ক’ভিড পজিটিভ