দেশত অব্যাহত কৰ’নাৰ সংহাৰ
- দেশত অব্যাহত কৰ’নাৰ কালৰূপ
- ২৪ ঘন্টাত দেশত আক্ৰান্ত ৫৩,৬০১গৰাকী
- ভাৰতত আক্ৰান্তৰ মুঠ সংখ্যা ২২.৬ লাখলৈ বৃদ্ধি, মৃত্যু ৪৫,২৫৭গৰাকীৰ
- দেশত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ১৫,৮৩,৪৮৯ গৰাকী
- বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৬,৩৯,৯২৯ গৰাকী