Local, Vocal, Global

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

  • ৰাজ্যত প্ৰতিদিনে ভয়ংকৰ আৰু উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কাল কৰ’নাৰ সংক্ৰমণ
  • বুধবাৰৰ দিনটোত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৯৭২ গৰাকী
  • কামৰূপ মহানগৰীত নতুনকৈ আক্ৰান্ত ৩৫৪,যোৰহাটত ৫১ গৰাকী
  • ইয়াৰ বিপৰীতে বুধবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১,৩১৭ গৰাকী ৰোগীয়ে
  • ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ২৭,৭৪৪ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৯,৩৫০ গৰাকী
  • বৰ্তমান ৰাজ্যত ৮৩২৫ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে
  • চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৬৬ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে