বশিষ্ঠত নিশা আৰক্ষীয়ে জব্দ কৰিলে চাৰিখন কাঠ ভৰ্তি ট্ৰাক

- বশিষ্ঠত নিশা আৰক্ষীয়ে জব্দ কৰিলে চাৰিখন কাঠ ভৰ্তি ট্ৰাক
- ট্ৰাককেইখনত অনা কাঠৰ সঠিক নথি পত্ৰ আৰু অভাৰলোডৰ বাবে আৰক্ষীয়ে জব্দ কৰে ট্ৰাক কেইখন
- যোৰাবাটৰ পৰা পলাশবাৰীলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ ট্ৰাক কেইখন
- জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ ML 06 2763 , ML 05 H6255 , ML 06 5885 আৰু AS01 GC 0386 ।
- বৰ্তমান সামগ্ৰী আৰু বাহনৰ নথি পত্ৰ সমূহ পৰীক্ষা কৰি আছে আৰক্ষীয়ে