শনিবাৰে নিশা যোৰহাট ৰজাবাৰী বৰলাইনত আৰক্ষীৰ অভিযান

- শনিবাৰৰ নিশা যোৰহাট ৰজাবাৰী বৰলাইনত আৰক্ষীৰ অভিযান
- আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক চাৰিজন যুৱকক
- যোৰহাট চীনামৰা আৰক্ষী চকীৰ বিষয়া হিমাংশু গোহাঁইৰ নেতৃত্বত এই অভিযান
- আটকাধীন কেইজন ক্ৰমে নিপেন দাস,আদিত্য শৰ্মা,তিটো দাস আৰু ৰঞ্জিত গুপ্তা