Local, Vocal, Global

৫.০ প্ৰাবল্যৰ ভূমিকম্পই গুজৰাটৰ দ্বাৰকা কঁপাই তুলিছে

বৃহস্পতিবাৰে গুজৰাটৰ দ্বাৰকাক ৫.০ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়, নেচনেল চেণ্টাৰ ফৰ চিচমোলজিয়ে (এনচিএছ) জনায়।

এনচিএছে কয়, “আজি আবেলি ৩:১৫ বজাত গুজৰাটৰ দ্বাৰকাৰ পৰা ২২৩ কিলোমিটাৰ উত্তৰ-পশ্চিমত ৰিচাৰ স্কেলত ৫.০ প্ৰাবল্যৰ ভূমিকম্প হয়।”

ইয়াৰ পূৰ্বে আজি ৰিখটাৰ স্কেলত ৩.৭ প্ৰাবল্যৰ ভূমিকম্পই অসমৰ তেজপুৰত আঘাত কৰে।