নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, ইছ্যু CAA আৰু অসমৰ NRC
অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। কিন্তু এইবেলি কাল কৰ’নাৰ ত্ৰাসৰ মাজতে কুচকাৱাজ চলা মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বতাহজাক গৰম কৰিছে CAA অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইন আৰু অসমৰ NRC ৰ প্ৰসংগইহে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ সম্ভাব্য প্ৰাৰ্থীৰ দৌৰত সকলোতকৈ আগত থকা জো বিডেনে তেওঁৰ প্ৰচাৰ অভিযানত ভাৰত চৰকাৰৰ কেতবোৰ কামকাজৰ প্ৰকাশ্যে বিৰোধিতা কৰি অৱতাৰণা কৰিছে কা আৰু অসমৰ এন আৰ চিৰ প্ৰসংগৰ।
Related Posts