Local, Vocal, Global

লখিমপুৰৰত কৰ’না আতংক

56
  • লখিমপুৰৰ চাবতিৰ অসামৰিক চিকিৎসালয়ত কৰ’না আতংক
  • লখিমপুৰ জিলাৰ অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়াৰ দেহত কভিড পজিটিভ
  • প্ৰশাসনিক বিষয়া সৌৰভ শইকীয়া আক্ৰান্ত হৈছে কভিডত
  • শইকীয়াৰ সংস্পৰ্শলৈ আহিছিল চিকিৎসালয়খনৰ কেইবাজনো চিকিৎসক আৰু চিকিৎসাকৰ্মী
  • কেইবাজনো চিকিৎসক আৰু চিকিৎসাকৰ্মীক প্ৰেৰণ কোৱাৰেণ্টিনত
  •  ইয়াৰ মাজতে এখন গাঁও ঘোষণা কৰা হৈছে কনতেইনমেণ্ট জ’ন হিচাপে
  • দুজন গাড়ী চালক কৰ’না পজিটিভ হোৱাৰ পিছতে গাওঁখনত আতংক
  •  বৰ্তমানেও বিহপুৰীয়াৰ বাহগড়া দেউৰী গাঁৱৰ গাড়ী চালকৰ পৰিয়ালক কৰা হোৱা নাই SWAB  টেষ্ট