লখিমপুৰৰত কৰ’না আতংক

- লখিমপুৰৰ চাবতিৰ অসামৰিক চিকিৎসালয়ত কৰ’না আতংক
- লখিমপুৰ জিলাৰ অসামৰিক চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়াৰ দেহত কভিড পজিটিভ
- প্ৰশাসনিক বিষয়া সৌৰভ শইকীয়া আক্ৰান্ত হৈছে কভিডত
- শইকীয়াৰ সংস্পৰ্শলৈ আহিছিল চিকিৎসালয়খনৰ কেইবাজনো চিকিৎসক আৰু চিকিৎসাকৰ্মী
- কেইবাজনো চিকিৎসক আৰু চিকিৎসাকৰ্মীক প্ৰেৰণ কোৱাৰেণ্টিনত
- ইয়াৰ মাজতে এখন গাঁও ঘোষণা কৰা হৈছে কনতেইনমেণ্ট জ’ন হিচাপে
- দুজন গাড়ী চালক কৰ’না পজিটিভ হোৱাৰ পিছতে গাওঁখনত আতংক
- বৰ্তমানেও বিহপুৰীয়াৰ বাহগড়া দেউৰী গাঁৱৰ গাড়ী চালকৰ পৰিয়ালক কৰা হোৱা নাই SWAB টেষ্ট