Local, Vocal, Global

অসমত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণ সংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৯৬গৰাকী
  • শনিবাৰে দিনটোত আৰোগ্য লাভ কৰে ১২২৭গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৫ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৩ হাজাৰ ৭৮৩ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৩৮৫ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬৪ হাজাৰ ৫৭৯ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮১৬ গৰাকী লোকৰ
  • দেওবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১১,৩৭৬ গৰাকীৰ স্বোৱাব পৰীক্ষা