Local, Vocal, Global

বলীউড কুইন কংগনা ৰাণাৱট হ’ব পাৰে গ্ৰেপ্তাৰ

কৃষি বিলৰ প্ৰসংগত কৃষকে কৰা প্ৰতিবাদক লক্ষ্য কৰি টুইট কৰিছিল কংগনাই। ইয়াৰ পিছতেই কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে কৰ্ণাটকৰ এখন স্থানীয় আদালতত৷ অৱশ্যে পৰৱৰ্তী সময়ত আন এটা টুইট কৰি অভিনেত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দিয়ে যে তেওঁ কৃষকসকলক সন্ত্ৰাসবাদী বুলি কোৱা নাই। যদিহে কোনোবাই মই কৃষকক সন্ত্ৰাসবাদী বুলি কোৱাৰ প্ৰমাণ দিব পাৰে, তেতিয়া মই চিৰদিনৰ বাবে টুইটাৰ ত্যাগ কৰিম।