Local, Vocal, Global

বিহাৰ মোৰ সাংস্কৃতিক কৰ্মভূমি, অসম সামাজিক কৰ্মভূমি’

  • বিহাৰ মোৰ সাংস্কৃতিক কৰ্মভূমি, অসম সামাজিক কৰ্মভূমি’
  • ‘মই বৰপেইটা আপী, বৰপেটা জিলাৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিম’
  • ‘মোক তিনিচুকীয়াৰ বিহাৰী প্ৰধান এলেকাত প্ৰার্থীত্ব দিলেও আপত্তি নাই’
  • ‘অসমখনেই মোৰ ঘৰ, অসমখনেই মোৰ বাবে সমষ্টি’
  • ‘অসমখনক সেৱা কৰাৰ মোৰ ইচ্ছাৰ বাবেই মই ৰাজনীতিলৈ আহিছো’
  • ‘মোৰ ল’ৰাক অসমীয়া পঢ়াবলৈ মুম্বাই এৰি অসমলৈ আহিলো’
  • POLITICA ত এই বিস্ফোৰণ অগপ সদস্য, জনপ্ৰিয় গায়িকা কল্পনা পাটোৱাৰীৰ