Local, Vocal, Global

ৰাজ্যত এদিনত সৰ্বাধিক কৰ’না আক্ৰান্তৰ অভিলেখ

ৰাজ্যত এদিনত সৰ্বাধিক কৰ’না আক্ৰান্তৰ অভিলেখ
বুধবাৰে নিশা পৰ্যন্ত ৩১৪ গৰাকী আক্ৰান্ত।
শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত ৮৮ গৰাকী।
কামৰূপ মহানগৰীত নতুনকৈ ২৩ গৰাকী আক্ৰান্ত।
শোণিতপুৰত ২০,তিনিচুকীয়াত ১০,বাক্সাত ৮,কৰিমগঞ্জত ৭,ডিব্ৰুগড়ত ৫,ধুবুৰীত ৪,কোকৰাঝাৰ আৰু কামৰূপত ৩ গৰাকীকৈ,বিশ্বনাথ আৰু নলবাৰীত ২ গৰাকীকৈ আৰু ধেমাজীত ১ গৰাকী আক্ৰান্ত।
ৰাজ্যত এই পৰ্যন্ত সৰ্বমুঠ ৬,৩৭০ গৰাকী আক্ৰান্ত।।