Local, Vocal, Global

উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ প্ৰথম ১০টা স্থানপ্ৰাপ্তসকল

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল, ২০২০

(বাণিজ্য শাখা)

প্ৰথম
কৃষ্ণা মহেশ্বৰী- ৪৭১
ছ’ল্টব্ৰুক একাডেমী, ডিব্ৰুগড.

দ্বিতীয়
হৰপ্ৰিত কৌৰ- ৪৬৮
সোণাৰি জুনিয়ৰ কলেজ, চৰাইদেউ

তৃতীয়
বিনীতা সাহা- ৪৬৬
ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ

চতুৰ্থ
জ্ঞানদীপ দুৱৰা- ৪৬৫
ৰিলায়েন্স জুনিয়ৰ কলেজ, গোলাঘাট

চতুৰ্থ
সুৰভি দেৱ- ৪৬৫
শংকৰদেৱ জুনিয়ৰ কলেজ, হোজাই

চতুৰ্থ
পিয়ু দাস- ৪৬৫
ডিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ

পঞ্চম
প্ৰেৰণা দুৱৰা- ৪৬০
ছ’ল্টব্ৰুক একাডেমী, ডিব্ৰুগড.

পঞ্চম
আস্থা চৌধুৰী- ৪৬০
ছ’ল্টব্ৰুক একাডেমী, ডিব্ৰুগড.

পঞ্চম
অংকুৰজ্যোতি ভূঞা- ৪৬০
জে বি কলেজ, যোৰহাট

ষষ্ঠ
শ্ৰুতি জৈন- ৪৫৭
ডনবস্ক’ উঃ মাঃ বিদ্যালয়, কাৰ্বি আংলং

ষষ্ঠ
কাৰ্তিক ধাৰিৱাল- ৪৫৭
নগাঁও চৰকাৰী ল’ৰা উঃ মাঃ বিদ্যালয়

সপ্তম
অৰিজিৎ সাহা- ৪৫৪
বঙাইগাঁও কলেজ, বঙাইগাঁও

সপ্তম
ৰুহিত আগৰৱাল- ৪৫৪
আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া

অষ্টম
সুমিতা ৰয়- ৪৫৩
বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ

অষ্টম
প্ৰিয়া জৈন- ৪৫৩
নলবাৰী কমাৰ্চ কলেজ, নলবাৰী

অষ্টম
তৃষ্ণা দেৱী- ৪৫৩
নলবাৰী কমাৰ্চ কলেজ, নলবাৰী

অষ্টম
মেঘা মজুমদাৰ- ৪৫৩
শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ

নৱম
আদিত্য দত্ত- ৪৫২
ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ

নৱম
ছিমি দাস- ৪৫২
গুৱাহাটী কমাৰ্চ কলেজ

নৱম
ছাগিনা খাতুন- ৪৫২
ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ

দশম
নলিনী জামাৰ- ৪৫১
এন ই এফ কলেজ, গুৱাহাটী

দশম
সাক্ষী গুলছা- ৪৫১
কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী

দশম
মধুসুদন শৰ্মা- ৪৫১
ডিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ