Local, Vocal, Global

ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১৬৯ গৰাকী
  • বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২১০গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৩ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২১০৮৬৫  গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩২৮৫ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে  ২০৬৬০৮ গৰাকী ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৬৯ গৰাকী লোকৰ