Local, Vocal, Global

কৰোনাৰ বাবে বাতিল ফিফা ১৯ অনূৰ্ধৰ মহিলা বিশ্বকাপ

ভাৰতত ২০২০ বৰ্ষৰ নবেম্বৰ মাহত অনুষ্ঠিত হ’ব লগীয়া ফিফা ১৯ অনূৰ্ধৰ মহিলা বিশ্বকাপ পুনৰ বাতিল কৰা হৈছে।উল্লেখ্য যে কোৰোনা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৯ অনুৰ্ধৰ মহিলা বিশ্বকাপ খন ২০২১ লৈ স্থগিত কৰা হৈছিল ।ইফালে বৰ্তমানলৈ কোৰোনাৰ ভয়াৱহ পৰিস্থিতি স্বাভাৱিক নোহোৱাত ফিফাই ভাৰতত হ’বলগীয়া বিশ্বকাপখন অৱশেষত বাতিল কৰাৰ সিদ্ধান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰাল ভাৱে কষ্টাৰিকাত হ’ব লগীয়া ২০ অনুৰ্ধৰ ফিফা বিশ্বকাপও বাতিল কৰে ফিফাই ।