Local, Vocal, Global

ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২২৩ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে  ৩২৩২গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে  ২০৭২১৯গৰাকী ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে  ৯৭৩গৰাকী লোকৰ
  • দেওৱীৰৰ দিনটোত কোনো ৰোগীৰ মৃত্যু হোৱা নাই