ৰাজ্যত অব্যাহত আছে কৰ’নাৰ সংহাৰ

- বিগত ২৪ ঘণ্টাত ৰাজ্যত২২২জনৰ দেহত ধৰা পৰিছে কৰোনা
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৪৮৬ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ২০৮৫২৮ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৮১ গৰাকী লোকৰ
- ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ২১২৯৯৮ জনলৈ বৃদ্ধি