Local, Vocal, Global

২৯ বছৰতে লাভ কৰিলে বুকাৰ বঁটা

  • ওলন্দাজ উপন্যাসীকা মাৰিকা ৰাইনেভেল্ডৰ বিৰল কৃতিত্ব
  • জীৱনৰ ত্ৰিশটা বসন্ত পাৰ নৌহওঁতেই জিনিলে বুকাৰ
  • ‘দ্য ডিছকমফ’ৰ্ট অব্ ইভিনিং’ উপন্যাসেৰে চমক বিশ্ব বাসীক
  • 2020 বৰ্ষৰ বিশ্বৰ সৰ্ববৃহৎ সাহিত্য সন্মান 29 বছৰীয়া মাৰিকালৈ
  • বিশ্বৰ সৰ্বকনিষ্ঠ লেখিকা ৰূপে 2013 চনত বুকাৰ জিনিছিল 28 বছৰীয়া এলিয়ান কাটলে
  • মাৰিকাৰ মূল উপন্যাস খনৰ অনুবাদক মাইকেল হাচিছনেও লাভ কৰিব এই বঁটাৰ ধন