Local, Vocal, Global

নগাঁৱৰ নিশাৰী নদীত মৃতদেহ উদ্ধাৰ

  • নগাঁৱৰ গৰুবন্ধাত নিশাৰী নদীত মৃতদেহ উদ্ধাৰ
  • উদ্ধাৰ হোৱা মৃতদেহটো যমুনামুখ পটিয়াপথাৰৰ আমিৰ হুছেইন
  • কালিৰ পৰা সন্ধানহীন হৈ আছিল আমিৰ হুছেইন
  • কথমপি প্ৰাণ ৰক্ষা আমিৰৰ লগত যোৱা আন দুজন লোক জাবিৰ আহমেদ আৰু চাইদুৰ ৰহমানৰ
  • মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰিছে
  • আমিৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ