Local, Vocal, Global

শিল্পী হেমৰাজ ৰাভাৰ কবিতা পুথি উন্মোচন

কলাগুৰুৰ পুত্ৰ শিল্পী হেমৰাজ ৰাভাৰ ‘পলাশ ৰঙৰ কবিতা’ নামৰ কবিতা পুথি উন্মোচন কৰে জেষ্ঠ শিল্পী বঙ্কিম শৰ্মাই ।সোমবাৰে  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহত  উন্মোচন কৰে  শিল্পী হেমৰাজ ৰাভাৰ কবিতা পুথিখন। ‘পলাশ ৰঙৰ কবিতা’ পুথিখন উন্মোচন কৰি এই কবিতা পুথিখন নিশ্চিতভাবে সকলোৱে গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে জেষ্ঠ শিল্পী বঙ্কিম শৰ্মাই। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই  লিখা কবিতা পুথি ‘পলাস ৰঙৰ কবিতা’ শীৰ্ষক কবিতা পুথি খনৰ  ওপৰত নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে জেষ্ঠ শিল্পী বঙ্কিম শৰ্মাই ।