Local, Vocal, Global

দেশত কৰ’নাৰ ভয়াবহ ৰূপ

  • ভাৰতত দৈনিক ১৯/২০ হাজাৰ লোক কৰ’নাত আক্ৰান্ত।
  • দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫.৫০ লাখলৈ বৃদ্ধি।
  • এই পৰ্যন্ত ভাৰতত ১৬,৫০৪ গৰাকী লোকৰ মৃত্যু।
  • দেশৰ ৰাজধানীত মহামাৰীৰ সংহাৰী ৰূপ।
  • দিল্লীত নতুনকৈ আক্ৰান্ত ২,৮৮৯ গৰাকীসহ এই পৰ্যন্ত আক্ৰান্ত ৮৩,০৭৭ গৰাকী।
  • দেশৰ ৰাজধানীত এই পৰ্যন্ত ২,৬২৩ গৰাকী লোকৰ মৃত্যু।
  • সৰ্বাধিক ১,৬৪,৬২৬ আক্ৰান্তৰে দেশৰ শীৰ্ষত মহাৰাষ্ট্ৰ।
  • মহাৰাষ্ট্ৰত মৃতকৰ সংখ্যা ৭,৪২৯ গৰাকীলৈ বৃদ্ধি।
  • মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পিচত ৮২,২৭৫ আক্ৰান্তৰে তৃতীয় স্থানত থকা তামিলনাদুত মৃত্যু ১,০৭৯ গৰাকীৰ।
  • কৰ’নাই সৰ্বাধীক সংহাৰী ৰূপ লোৱা দেশৰ শীৰ্ষ ১০ ৰাজ্যৰ তালিকাত মহাৰাষ্ট্ৰ,দিল্লী আৰু তামিলনাদুৰ পিচতে আছে গুজৰাট,উত্তৰ প্ৰদেশ,পশ্চিম বংগ,ৰাজস্থান,তেলেংগানা, হাৰিয়ানা আৰু কৰ্ণাটক।।