দেশত কৰ’নাৰ ভয়াবহ ৰূপ
- ভাৰতত দৈনিক ১৯/২০ হাজাৰ লোক কৰ’নাত আক্ৰান্ত।
- দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫.৫০ লাখলৈ বৃদ্ধি।
- এই পৰ্যন্ত ভাৰতত ১৬,৫০৪ গৰাকী লোকৰ মৃত্যু।
- দেশৰ ৰাজধানীত মহামাৰীৰ সংহাৰী ৰূপ।
- দিল্লীত নতুনকৈ আক্ৰান্ত ২,৮৮৯ গৰাকীসহ এই পৰ্যন্ত আক্ৰান্ত ৮৩,০৭৭ গৰাকী।
- দেশৰ ৰাজধানীত এই পৰ্যন্ত ২,৬২৩ গৰাকী লোকৰ মৃত্যু।
- সৰ্বাধিক ১,৬৪,৬২৬ আক্ৰান্তৰে দেশৰ শীৰ্ষত মহাৰাষ্ট্ৰ।
- মহাৰাষ্ট্ৰত মৃতকৰ সংখ্যা ৭,৪২৯ গৰাকীলৈ বৃদ্ধি।
- মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পিচত ৮২,২৭৫ আক্ৰান্তৰে তৃতীয় স্থানত থকা তামিলনাদুত মৃত্যু ১,০৭৯ গৰাকীৰ।
- কৰ’নাই সৰ্বাধীক সংহাৰী ৰূপ লোৱা দেশৰ শীৰ্ষ ১০ ৰাজ্যৰ তালিকাত মহাৰাষ্ট্ৰ,দিল্লী আৰু তামিলনাদুৰ পিচতে আছে গুজৰাট,উত্তৰ প্ৰদেশ,পশ্চিম বংগ,ৰাজস্থান,তেলেংগানা, হাৰিয়ানা আৰু কৰ্ণাটক।।