Local, Vocal, Global

ভাৰতত কৰ’নাৰ সংহাৰী ৰূপ

  • মহাৰাষ্ট্ৰত কৰ’নাৰ সংহাৰী ৰূপ
  • ২৪ ঘন্টাত সৰ্বাধিক ৫ সহস্ৰাধিক আক্ৰান্ত মহাৰাষ্ট্ৰত এমাহলৈ বৃদ্ধি কঠোৰ লকডাউন
  • ৩১ জুলাইলৈ লকডাউন ঘোষণা মহাৰাষ্ট্ৰ চৰকাৰৰ
  • এদিনত সৰ্বাধিক ৫,৩১৮ আক্ৰান্তৰে মহাৰাষ্ট্ৰত এইপৰ্যন্ত ১,৫৯,১৩৩ গৰাকী আক্ৰান্ত,৭,২৭৩ গৰাকীৰ মৃত্যু
  • ৰাজ্যখনত ২৪ ঘন্টাত মৃত্যু ১৬৭ গৰাকীৰ
  • আক্ৰান্তৰ সংখ্যাৰে দেশৰ দ্বিতীয় স্থানত থকা ৰাজধানী দিল্লীত এই পৰ্যন্ত আক্ৰান্ত ৮০,১৮৮ গৰাকী,২,৫৫৮ গৰাকীৰ মৃত্যু
  • ভাৰতত ২৪ ঘন্টাত ১৮,৫২২ গৰাকী আক্ৰান্তসহ এই পৰ্যন্ত ৫,৬৮,৩১৫ গৰাকী আক্ৰান্ত,১৬,৯১৭ গৰাকীৰ মৃত্যু
  • বিশ্বত এইপৰ্যন্ত ১০,৪১৪,৭৯৫ গৰাকী আক্ৰান্ত,৫,০৮,২৬৫ গৰাকীৰ মৃত্যু