Website Design: dastechnologies.in
মথাউৰী মেৰামতিৰ বাবে দিন-ৰাতি একাকাৰ চিচিমুখৰ ৰাইজৰ।
বানে ধোৱা ধেমাজিত নিশা জোঁৰৰ পোহৰতো মথাউৰী মেৰামতিত ব্যস্ত গঞা।
চিচিমুখৰ গঞা ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ সহযোগী হৈ নিশা আঁঠুলৈকে পেন্ট কোচাই মথাউৰী মেৰামতিস্থলীত উপস্থিত হ’ল ধেমাজিৰ বিধায়ক ডা: ৰনোজ পেগু।