Local, Vocal, Global

পাঠশালাত গীতৰে কলাগুৰুক সোঁৱৰণ কন্ঠশিল্পী দশৰথ দাসৰ

120

দশৰথ দাসে গালে ৰাভা সংগীত

বজালী বিজেপিৰ দ্বাৰা সম্বৰ্ধনা দশৰথ দাসক

ৰাভা দিৱসৰ পৱিত্ৰ ক্ষণত আজি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে তেওঁৰ সান্নিধ্য পোৱা যশস্বী শিল্পী দশৰথ দাসে৷ এক সাক্ষাতত আজিৰ দিনটোত ৰাভা দেৱক লগ পোৱাৰ কথা স্মৰণ কৰি সংবাদ মাধ্যমৰ আগত দুটাকৈ গীতৰ কলি গালে দশৰথ দাসে৷ ৰাভাৰ দুটা সুৰ নকৰা গীত দশৰথ দাসে সুৰ কৰিছিল৷ আনহাতে বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী আৰু প্ৰভা দাসে বাঘমাৰাস্থিত দশৰথ দাসৰ ঘৰলৈ গৈ সম্ভাষণ জনায়৷