Local, Vocal, Global

নগাঁও আৰক্ষীৰ সফলতা

53

 

* নগাঁও আৰক্ষীৰ গ্ৰেপ্তাৰ কৰিলে ড্ৰাগ্ছ ব্যৱসায়ী মহিলা

* কুখ্যাত ড্ৰাগ্ছ ব্যৱসায়ী আনোৱাৰা বেগম ওৰফে টাকানী নামৰ এগৰাকী মহিলাক আটক নগাঁও আৰক্ষীৰ।

* নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক দত্ত আৰু নগৰ উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত চলিছিল অভিযান।

* নগাঁও চাৰিখুঁটি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে টাকানীক।

* পূৰ্বেও ড্ৰাগ্ছ ব্যৱসায়ী আনোৱাৰা বেগমৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ।

 

 

Comments are closed, but trackbacks and pingbacks are open.