দিল্লীত কাল কৰ’নাই প্ৰাণ ল’লে লখিমপুৰৰ যুৱতীৰ

*দিল্লীত কৰ’ণা আক্ৰান্ত হৈ মৃত্যু লখিমপুৰৰ নাৰায়ণপুৰৰ যুৱতীৰ।
*মৃত যুৱতী গৰাকীৰ নাম ছোনীয়া দেউৰী ।
*নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ পাহাৰ সিং দেউৰী আৰু দিদৌবা দেউৰীৰ কন্যা ছোনীয়া দেউৰী ।
*বিগত ১২ বছৰ ধৰি দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ছোনীয়া ।
*আজি দিল্লীৰ এইমছৰ ট্ৰমা চেন্টাৰত মৃত্যু হয় যুৱতী গৰাকীৰ ।