টাইগাৰ-৩ ৰ বাবে সাজু চলমান-কেটৰিণা

টাইগাৰ-৩ ত ACTION SCENE ত ভাগ ল’ব কেটৰিণা কেইফে। শক্তিশালী ACTION SCENE ৰ বাবে টঙালি বান্ধি সাজু হৈছে কেটৰিণা কেইফে। চলমান খান আৰু কেটৰিণা কেইফে টাইগাৰ-৩ ৰ বাবে নিজৰ শৰীৰচৰ্চাৰ ওপৰত পূৰ্ণ মনোনিৱেশ কৰিছে। য়াচনিন কৰোৱালৰ ওচৰত টাইগাৰ-৩ ৰ বাবে কেটৰিণায়ে লৈ আছে প্ৰশিক্ষণ।