হ্ৰাস নহ’ব ডিজেল-পেট্ৰলৰ মূল্য

ডিজেল-পেট্ৰ’লৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা নাই কোনো সিদ্ধান্ত। কিন্তু ইয়াৰ লগত থকা টেক্স সমূহ নাইকিয়া কৰাৰ ক্ষেত্ৰহে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। জানুৱাৰীৰ পৰা বৃদ্ধি হোৱা ডিজেল-পেট্ৰ’লৰ মূল্যই ভাগিছে পূৰ্বৰ সকলো অভিলেখ। কৰ’না ভেকছিন ওলেৱাৰ পিছতেই গ্লোৱেল ইক’নমী বৃদ্ধি কৰাৰ স্বাৰ্থত চৰকাৰৰ এই পদক্ষেপ। গ্ৰাহকৰ বাবে ডিজেল পেট্ৰলৰ প্ৰয়োজন সৰ্বাধিক হোৱা হেতুকে মূল্যবৃদ্ধিৰ জৰিয়তে চৰকাৰে গ্লোৱেল ইক’নমী বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।