জখলাবন্ধা আৰক্ষীৰ সফল অভিযান
![](https://mynewsne.com/wp-content/uploads/2020/06/JAKHALABANDHA.jpg)
জখলাবন্ধা আৰক্ষীৰ সফল অভিযান। মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ জালত ৪ গঁড় চিকাৰী। ধৃত গঁড় চিকাৰী ৪টা চামগুৰি কাৱৈমাৰীৰ জমিৰ আলী, কুঠৰীৰ বাবুল আলী, কাৰ্বি-আংলং হাওৰাঘাটৰ হেমাৰি ইংতি, কাংবুৰা টকবি বুলি চিনাক্ত। ধৃত গঁড় চিকাৰী ৪টাৰ পৰা ৫ ৰাউণ্ড সজীৱ গুলী, ৪টা ম’বাইল ফোন জব্দ কৰে।